Categories
-
Chicken Special
Only Chicken Special
-
Fast Food PREMIUM
Special Fast food
-
Pork Special
Only Pork Items
Multimedia collage
Sale
Pork Chilli
Regular price
From Rs. 119.00
Regular price
Rs. 150.00
Sale price
From Rs. 119.00
Sale
আপোনাৰ প্ৰশ্ন, আমাৰ উত্তৰ
কাষ্টমাৰ ছাপোৰ্ট কেনেকৈ পাব?
আমাৰ কাষ্টমাৰ ছাপোৰ্ট দল সদায় আপোনাক সহায় কৰিবলৈ প্ৰস্তুত। Contact Us পেজৰ জৰিয়তে যোগাযোগ কৰিব পাৰে।
ডেলিভাৰী কেতিয়া পাব?
সাধাৰণতে ৩০–৪৫ মিনিটৰ ভিতৰত আপোনাৰ অর্ডাৰ ডেলিভাৰী কৰা হয়। কিছুমান ক্ষেত্ৰত এলেকা বা অর্ডাৰৰ পৰিমাণ অনুসৰি অলপ দেৰি হ’ব পাৰে।
কি ধৰণৰ সামগ্ৰী পোৱা যায়?
গ্ৰোচাৰী, সতেজ শাক-পাচলি, মাংস-মাছ, ফাষ্ট ফুড, দৈনন্দিন প্ৰয়োজনীয় আৰু বৈদ্যুতিক সামগ্ৰী উপলব্ধ।
কোন কোন এলেকাত ডেলিভাৰী হয়?
বৰ্তমান নিৰ্বাচিত পিন কোডত ডেলিভাৰী কৰা হয়। চেকআউট সময়ত আপোনাৰ এলেকা উপলব্ধ আছে নে নাই চাব পাৰে।
ৰিটার্ন বা ৰিফাণ্ড কেনেকৈ পাব?
ভুল বা ক্ষতিগ্ৰস্ত সামগ্ৰী পালে অনুগ্ৰহ কৰি তৎক্ষণাৎ আমাক যোগাযোগ কৰক। ৰিফাণ্ড/ৰিপ্লেছমেণ্ট নীতি অনুসৰি ব্যৱস্থা লোৱা হ’ব।